HOTEL CHANG GHOR

  • Home
  • HOTEL CHANG GHOR

HOTEL CHANG GHOR Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from HOTEL CHANG GHOR, Hotel, BOKAKHAT, .

হোটেল নহয় এইখন হ'ল আপোনাৰ আমাৰ ঘৰৰ পাগঘৰ
A house of your own Kitchen , A place of testy, healthy and Higenic food.
সম্পূৰ্ণ থলুৱা স্বাস্থ্যকৰ সোৱাদৰে ভৰপূৰ আমিষ নিৰামিষ
ভাত সাঁজৰ বাবে বোকাখাতৰ এক নিৰ্ভৰযোগ্য স্থান। এবাৰ আহিব চোন

05/09/2025
05/09/2025

কালি মোৰ হোটেলত অনুষ্ঠিত হৈ যায় Ring Ceremony অনুষ্ঠান

14/08/2025

Shout out to my newest followers! Excited to have you onboard! Aparajita Kakati, Bhaskar Saikia, Momita Payeng

28/07/2025

কালি হোটেলৰ অতিথি সাপেখাতিৰ এই সকল লোক, সকলোকে অশেষ ধন্যবাদ

25/06/2025

আজি স্থানীয় এটি পৰিয়াল আহিল সন্তানৰ জন্ম দিন আমাৰ হোটেলতে উদযাপন কৰিব ,বন্ধু বান্ধব পৰিয়াল সহ এসাজ খাই গ'ল ।
সন্তানটিলৈ চাংঘৰৰ তৰফৰ পৰা জন্ম দিনৰ শুভকামনা ও স্নেহাশিষ যাছিলো

সন্ধিয়াৰ অতিথি সাক্ষাৎ দামোদৰ
25/06/2025

সন্ধিয়াৰ অতিথি সাক্ষাৎ দামোদৰ

23/06/2025

মই সদায় কৈ থাকোঁ "কাকচাং জলপ্ৰপাত" চাবলৈ আহিলে "হোটেল চাংঘৰ"ত এসাজ খাবলৈ আহিব লাগে ।
সেই বাবে এই সকল আজি চাংঘৰৰ অতিথি

অসুস্থতাৰ বাবে বহু দিন হোটেললৈ আহিবকে পৰা নাছিলোঁ আজি ইমান দিনৰ পাছত আহি এই সকল ভাইটি ভন্টিক লগ পাই বহুত ভাল লাগিল,আৰু ত...
23/06/2025

অসুস্থতাৰ বাবে বহু দিন হোটেললৈ আহিবকে পৰা নাছিলোঁ আজি ইমান দিনৰ পাছত আহি এই সকল ভাইটি ভন্টিক লগ পাই বহুত ভাল লাগিল,আৰু তেওঁলোকৰ স্মৃতি ইয়াত সাঁচি থলো

কোন হয় চিনি পাইছে নে জনাবচোন
09/06/2025

কোন হয় চিনি পাইছে নে জনাবচোন

Address

BOKAKHAT

785612

Website

Alerts

Be the first to know and let us send you an email when HOTEL CHANG GHOR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Hotel?

Share