04/06/2025
✨ A special day filled with warmth, tradition, and smiling faces ✨
On 1st June 2025, we had the joy of hosting the Annaprasan ceremony of our client’s son's daughter at Alohie Lodge.
From the laughter of loved ones to the graceful gesture of honoring guests with Assamese Gamusa, the day radiated love and culture.
Grateful to have been a part of such a cherished milestone, and even more grateful for the kind words and happy hearts that filled our space.
Here’s to many more moments of joy, tradition, and togetherness at Alohie 💛
---------------------------------------------------------
✨ এটা বিশেষ দিন – ভৰপূৰ হাঁহি, পৰম্পৰা আৰু আদৰৰে ✨
১ জুন ২০২৫, Alohie Lodge-ত আমাৰ মৰমৰ অতিথিৰ পুত্ৰ-ধিয়াৰ অন্নপ্ৰাশন অনুষ্ঠান সফলতাৰে সম্পন্ন হ'ল।
আত্মীয়-স্বজনৰ হাঁহি, অতিথিসকলক অসমীয়া গামোচাৰে সন্মান জনোৱাৰ শুভ পৰম্পৰা, আৰু সকলোৰে মুখত তৃপ্তিৰ হাঁহি – ইদিনটো আমাৰ বাবে বিশেষ ৰূপত মনত ৰ'ল।
এইবোৰ মৰম আৰু পৰম্পৰাৰ মুহূৰ্তবোৰ Alohie Lodge-ত পুনৰ পুনৰ ঘটা হ’ক—এই আশাৰে 🙏💛