আমি All solution in one roof

আমি All solution in one roof Perfect place where you can get all solution in one roof according to your need.

11/03/2026

Aami Borewell Service - পানীৰ বোৰিং সেৱাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক। আমি সকলো ধৰণৰ পানীৰ বোৰিং অতি কম মূল্যত কৰোঁ।

Sofa cm bed transformed from an ordinary bed  ....      ..by Team Aami
22/12/2025

Sofa cm bed transformed from an ordinary bed .... ..by Team Aami

22/12/2025

শুভাৰম্ভ

Doors fitting and fixing by Team Aami
20/12/2025

Doors fitting and fixing by Team Aami

আমি
19/12/2025

আমি

আমাৰ প্ৰকৃতি,ৰক্ষাৰ দায়িত্বও আমাৰ                                         টীম আমি
19/12/2025

আমাৰ প্ৰকৃতি,ৰক্ষাৰ দায়িত্বও আমাৰ
টীম আমি

উপভোক্তাৰ ঘৰৰ পৰা মেৰামতিৰ বাবে সামগ্ৰী অনা অৱস্থাত টীম আমি।
19/12/2025

উপভোক্তাৰ ঘৰৰ পৰা মেৰামতিৰ বাবে সামগ্ৰী অনা অৱস্থাত টীম আমি।

"আমি"all solution under one roofআমাৰ এটা ড্ৰিম প্ৰজেক্ট। ইয়াত আপোনালোকে বিচৰাধৰণে আপোনাৰ প্ৰয়োজনীয় সকলো সেৱা (service)...
21/11/2025

"আমি"all solution under one roof
আমাৰ এটা ড্ৰিম প্ৰজেক্ট। ইয়াত আপোনালোকে বিচৰাধৰণে আপোনাৰ প্ৰয়োজনীয় সকলো সেৱা (service) ঘৰত থাকিয়েই পাব। সমস্যা আপোনাৰ সমাধানৰ দায়িত্ব আমাৰ।
বৰ্তমান উপলব্ধ আমাৰ সেৱা সমূহ::::::::
*যিকোনো ধৰণৰ ঘৰুৱা মেৰামতি।
*নতুনকৈ ঘৰ বনোৱা।
*ঘৰ বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীৰ যোগান।
*প্লাম্বাৰ চাৰ্ভিচ।
*ইলেকট্ৰিকেল চাৰ্ভিচ।
*ডাক্তৰৰ appointment তথা ৰোগীক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা।
অনাগত দিনত আৰু বহুতো সেৱা (service) সংযোজিত হ'ব। অতি কম মূল্যত আমাৰ সেৱা সমূহ আপোনাৰ বাবে উপলব্ধ হৱ।

Address

Mirza Palashbari Road
Mirza
781125

Website

Alerts

Be the first to know and let us send you an email when আমি All solution in one roof posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share