HOTEL NAHAR হোটেল নাহৰ

HOTEL NAHAR  হোটেল নাহৰ হোটেল নাহৰ

17/08/2026

নিযুক্তি চলি আছে — ৰান্ধনী প্ৰয়োজন

হোটেল নাহৰ, নাৰায়ণপুৰ

হোটেল নাহৰ, নাৰায়ণপুৰত আমাৰ ৰান্ধনী দলত যোগদান কৰিবলৈ এজন অভিজ্ঞ আৰু দক্ষ ৰান্ধনীৰ প্ৰয়োজন।

যোগ্যতা:
🍜 ভাৰতীয় আৰু চাইনিজ খাদ্য ৰন্ধনৰ ভাল জ্ঞান থাকিব লাগিব

👨‍🍳 হোটেল/ৰেষ্টুৰেণ্টত কাম কৰাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হ’ব

🧼 পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খাদ্য সুৰক্ষাৰ বিষয়ে জ্ঞান থাকিব লাগিব

🤝 দায়িত্বশীল, সময়নিষ্ঠ আৰু পৰিশ্ৰমী হ’ব লাগিব

পদ: ৰান্ধনী
স্থান: হোটেল নাহৰ, নাৰায়ণপুৰ
দৰমহা: অভিজ্ঞতা আৰু দক্ষতাৰ ভিত্তিত আলোচনা সাপেক্ষে

📞 আগ্ৰহী প্ৰাৰ্থীসকলে অধিক তথ্য আৰু সাক্ষাৎকাৰৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।
8638219103

15/08/2026

🇮🇳 Happy Independence Day! 🇮🇳

May the spirit of freedom, unity, and patriotism continue to inspire us to build a stronger and brighter India.

Wishing everyone a proud and joyful Independence Day! ❤️🤍💚

Jai Hind! 🇮🇳

— Hotel Nahar

অহা ২৮ জুলাই তাৰিখে আমি গৈ আছোঁ বান পীড়িত ৰাইজৰ কাষলৈ । কোনো ব্যক্তিয়ে কিবা সামগ্ৰী দিব বিচাৰিলে কমেণ্ট কৰিব বা  তলত দিয...
26/07/2026

অহা ২৮ জুলাই তাৰিখে আমি গৈ আছোঁ বান পীড়িত ৰাইজৰ কাষলৈ । কোনো ব্যক্তিয়ে কিবা সামগ্ৰী দিব বিচাৰিলে কমেণ্ট কৰিব বা তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব ।আহক আমি সকলোৱে মিলি বানাক্ৰান্ত ৰাইজক সহায় কৰোঁ ।🙏

বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏
15/04/2026

বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏

 :HOTEL NAHAR  হোটেল নাহৰ ত গেছ চিলিণ্ডাৰ কোনোধৰণৰ বিস্ফোৰণ হোৱা নাই । আপোনালোকৰ সুৰক্ষা ৰ সকলো ধৰণৰ ব্যৱস্থা আমাৰ হোটেল...
22/03/2026

:

HOTEL NAHAR হোটেল নাহৰ ত গেছ চিলিণ্ডাৰ কোনোধৰণৰ বিস্ফোৰণ হোৱা নাই । আপোনালোকৰ সুৰক্ষা ৰ সকলো ধৰণৰ ব্যৱস্থা আমাৰ হোটেলত আছে । ধন্যবাদ ।

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো ।🙏🙏 Manoj Kumar Borah
13/01/2026

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো ।🙏🙏

Manoj Kumar Borah

10/01/2026
Happy New Year 2026
01/01/2026

Happy New Year 2026

23/11/2025
Today our guest
17/11/2025

Today our guest

Address

Narayanpur, Lakhimpur
Bihpuriagaon
784164

Alerts

Be the first to know and let us send you an email when HOTEL NAHAR হোটেল নাহৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category