13/02/2026
ব্যঞ্জন পৰিয়ালৰ উদ্যোগত যোৱা ৯ নৱেম্বৰৰ পৰা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আদৰ্শক অনুকৰণ কৰাৰ মানসেৰে চাবুৱা নগৰত নিশা পশুক খাদ্যৰ বিতৰণ কৰি থকা হৈছে ।
এই অনুষ্ঠানটো সফল ৰূপায়নত সহায় কৰা আমাৰ প্ৰতিজন গ্ৰাহক অৰ্থাৎ ব্যঞ্জন পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছো।
অনুষ্ঠানটো ৰূপায়নত
যোগাত্মক চিন্তাধাৰাৰে
দৈনিক উপস্থিতিৰে বিশেষভাৱে সহায় কৰা অংশুমান দত্ত ভাইতিকো ধন্যবাদ জ্ঞাপন কৰিছো।
বৰ্তমান ৰাজপথৰ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষামূলক ভাবে ১০ টি কুকুৰক ৰাতি লাইটৰ পোহৰত জিলিকা বেল্ট পিন্ধোৱাৰ পৰিকল্পনা কৰি থকা হৈছে .....