ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস,ডি এইচ এচ কানৈ মহাবিদ্যালয়

  • Home
  • India
  • Dibrugarh
  • ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস,ডি এইচ এচ কানৈ মহাবিদ্যালয়

ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস,ডি এইচ এচ কানৈ মহাবিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস,ডি এইচ এচ কানৈ মহাবিদ্যালয়, Hostel, Dibrugarh Hanumanbax Surajmall Kanoi College, Dibrugarh.

সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ ২০২৫ৰ  #যুৱ_লেখক সন্মানৰ বাবে নিৰ্বাচিত হোৱা প্ৰাক্তন আবাসী নিপু বৰু...
23/12/2025

সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ ২০২৫ৰ #যুৱ_লেখক সন্মানৰ বাবে নিৰ্বাচিত হোৱা
প্ৰাক্তন আবাসী নিপু বৰুৱা(২০২০-২৩) লৈ অভিনন্দন 💐💐
Sashikanta Saikia
D.H.S.Kanoi College

শেহতিয়াকৈ অসম চৰকাৰৰ স্বচ্ছ-মেধাভিত্তিক নিযুক্তি লাভ কৰা ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাসৰ প্ৰাক্তন আবাসীসকল (২০২০-২৩/২৪)...  ...
23/12/2025

শেহতিয়াকৈ অসম চৰকাৰৰ স্বচ্ছ-মেধাভিত্তিক নিযুক্তি লাভ কৰা ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাসৰ প্ৰাক্তন আবাসীসকল (২০২০-২৩/২৪)...
সকলোলৈকে অভিনন্দন জনোৱা হল💐💐
📍শ্ৰী ভাইমোন গোঁহাই
অসম আৰক্ষী কণিষ্ঠবল(AB)
📍শ্ৰী বেদান্ত গগৈ
জনস্বাস্থ্য অভিযান্ত্ৰিকী (PHED),তৃতীয় বৰ্গ
📍শ্ৰী ৰাজকুমাৰ মৰাণ
অসম আৰক্ষী কণিষ্ঠব(UB)
📍শ্ৰী মদন সোনোৱাল
অসম আৰক্ষী কণিষ্ঠবল(AB)
📍শ্ৰী ৰোহিত চাহু
পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগ, চতুৰ্থ বৰ্গ

Congratulations to everyone💐💐
📍Bhaimon Gohain
Assam Police Junior(AB)
📍 Vedanta Gogoi
Public Health Engineering (PHED),Class III
📍 Rajkumar Moran
Assam Police Junior(UB)
📍 Madan Sonowal
Assam Police Junior(AB)
📍Rohit Chahu
Panchayat and Rural Development Department, Class IV

D.H.S.Kanoi College
Sashikanta Saikia
Himanta Biswa Sarma

কাকনো কোনে বিদায় জনাব পাৰে,বুুুকুত খোদিত হ'য় যাৰ সঠিক ঠিকনা__২০২০-২৩ বৰ্ষৰ আবাসী ককাইদেউ সকলৰ বিদায়ক্ষণৰ কিছু আবেগিক মুহ...
14/06/2023

কাকনো কোনে বিদায় জনাব পাৰে,
বুুুকুত খোদিত হ'য় যাৰ সঠিক ঠিকনা__
২০২০-২৩ বৰ্ষৰ আবাসী ককাইদেউ সকলৰ বিদায়ক্ষণৰ কিছু আবেগিক মুহূৰ্ত...
আপোনাকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।
বিদায়ী আবাসী হ'ল--
বিশাল চাহু (প্ৰিফেক্ট)
চাণক্য নেওগ
অনুৰনণ শৰ্মা
দীপাঙ্কৰ ভদ্ৰ
গৌতম চেতিয়া
নিপু বৰুৱা
জিতু দেউৰী
ভাইমোন গোঁহাই
জনজ্যোতি পাইট
ধ্ৰুৱজ্যোতি গগৈ
লক্ষ্যজ্যোতি নাথ
মনোৰঞ্জন ডেকা
কুশল লেটুম
লিলেন পাংঙ্গিং
শিৱ শংকৰ পেগু
ৰাজদ্বীপ হাজৰিকা।

পোনপ্ৰথমবাৰৰ বাবে ডি.এইচ.এচ.কানৈ মহাবিদ্যালয়ৰ ৭৭তম  বাৰ্ষিক ক্ৰীড়া সপ্তাহত ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস আৰু কানৈ ছাত্ৰীনিব...
22/03/2023

পোনপ্ৰথমবাৰৰ বাবে ডি.এইচ.এচ.কানৈ মহাবিদ্যালয়ৰ ৭৭তম বাৰ্ষিক ক্ৰীড়া সপ্তাহত ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস আৰু কানৈ ছাত্ৰীনিবাসৰ আবাসীসকলৰ 'March-past'
দলটিয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'য় ✌🏻

মহাবিদ্যালয়ৰ ৭৭তম বাৰ্ষিক ক্ৰীড়া সপ্তাহত 'দিহা নাম' প্ৰতিযোগীতাত অংশগ্ৰহনৰ মুহূতত ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ আবাসীসকল__
19/03/2023

মহাবিদ্যালয়ৰ ৭৭তম বাৰ্ষিক ক্ৰীড়া সপ্তাহত 'দিহা নাম' প্ৰতিযোগীতাত অংশগ্ৰহনৰ মুহূতত ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ আবাসীসকল__

23/02/2023
  আজি দেশৰ প্ৰথম গৃহমন্ত্ৰী লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনৰ উপলক্ষ্যে ডি এইচ এচ কানৈ মহাবিদ্যালয়ৰ ডিম্বেশ্বৰ চ...
31/10/2022


আজি দেশৰ প্ৰথম গৃহমন্ত্ৰী লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনৰ উপলক্ষ্যে ডি এইচ এচ কানৈ মহাবিদ্যালয়ৰ ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস আৰু কানৈ ছাত্ৰীনিবাস আৰু এন এচ এচ গোটৰ উদ্যোগত সমূসীয়া দৌৰ কাৰ্যসূচী ৰখা হ'য়।মহাবিদ্যালয়ৰ মূলতোৰণৰ পৰা প্ৰায় চাৰি(৪) কিলোমিটাৰ প্ৰতিকীস্বৰূপে সামূহীক দৌৰ উলিওৱা হ'য়।
পুৱা পাঁচ(৫) বজাত উক্ত কাযসূচীৰ উদ্বোৰ্ধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াদেৱে,উপস্থিত আছিল মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ তত্ত্বাবধায়ক ড° বিৰাজ দত্তদেৱ লগতে মহাবিদ্যালয়ৰ ক্ৰীড়া প্ৰশিক্ষক বিতোপন হাজৰিকা।

"ছাত্ৰাবাসৰ পৰা এয়া বোধহয় প্ৰথম প্ৰচেষ্টা।বৰ ভাল কাম এটা হ'ল।শুভেচ্ছা জনালোঁ" ____ উন্মোচকৰ স্বাক্ষৰ   ঐতিহ্যমণ্ডিত ডি এ...
28/10/2022

"ছাত্ৰাবাসৰ পৰা এয়া বোধহয় প্ৰথম প্ৰচেষ্টা।বৰ ভাল কাম এটা হ'ল।শুভেচ্ছা জনালোঁ" ____ উন্মোচকৰ স্বাক্ষৰ
ঐতিহ্যমণ্ডিত ডি এইচ এচ কানৈ মহাবিদ্যালয়ৰ একমাত্ৰ ছাত্ৰাবাস "ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস"ৰ প্ৰাচিৰ পত্ৰিকা "বৰদৈচিলা"ৰ শুভ উন্মোচন।
কালি ২৭-১০-২০২২ তাৰিখে ছাত্ৰাবাসৰ নৱাগত আদৰণী আৰু প্ৰাক্তন আবাসীৰ বিদায়সভাৰ অনুষ্ঠানৰ লগতে সংগতি ৰাখি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াদেৱে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়,ছাত্ৰাবাসৰ অধীক্ষক মহোদয়ৰ উপস্থিতিত উন্মোচন কৰে।

ঐতিহ্যমণ্ডিত ডি এইচ এচ কানৈ মহাবিদ্যালয়ৰ একমাত্ৰ ছাত্ৰাবাস "ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস"ৰ আলোচনী "বৰদৈচিলা"ৰ শুভ উন্মোচন।...
28/10/2022

ঐতিহ্যমণ্ডিত ডি এইচ এচ কানৈ মহাবিদ্যালয়ৰ একমাত্ৰ ছাত্ৰাবাস "ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস"ৰ আলোচনী "বৰদৈচিলা"ৰ শুভ উন্মোচন।
কালি ২৭-১০-২০২২ তাৰিখে ছাত্ৰাবাসৰ নৱাগত আদৰণী আৰু প্ৰাক্তন আবাসীৰ বিদায়সভাৰ অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা যাৰ নামেৰে নামাংকিত হৈছে মহাবিদ্যালয়ৰ একমাত্ৰ ছাত্ৰাবাস ডিচি ছাত্ৰাবাস, স্বৰ্গীয় ডিম্বেশ্বৰ চলিহাদেৱৰ সুপুত্ৰ সমাজকৰ্মী, বিশিষ্ট চিকিৎসক ডাঃ জয়ন্ত চলিহাদেৱে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়,ছাত্ৰাবাসৰ অধীক্ষক মহোদয়ৰ উপস্থিতিত উন্মোচন কৰে।
উল্লেখনীয় যে পূৰ্বতে আলোচনী খন "দেৱদাৰু" নামেৰে প্ৰকাশিত হৈছিল।

DHS Kanoi College, NSS UNIT মহাবিদ্যালয়ৰ NSS গোটৰ বিশেষ তিনিদিনীয়া চাফাই কাৰ্যসূচীত ছাত্ৰাবাসৰ আবাসী এন এচ এচ ভলণ্টিয়াৰ ...
24/10/2022

DHS Kanoi College, NSS UNIT
মহাবিদ্যালয়ৰ NSS গোটৰ বিশেষ তিনিদিনীয়া চাফাই কাৰ্যসূচীত ছাত্ৰাবাসৰ আবাসী এন এচ এচ ভলণ্টিয়াৰ সকল__

Address

Dibrugarh Hanumanbax Surajmall Kanoi College
Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when ডিম্বেশ্বৰ চলিহা ছাত্ৰাবাস,ডি এইচ এচ কানৈ মহাবিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category