Puspalata Das RCC3 Girls' Hall, Gauhati University

Puspalata Das RCC3 Girls' Hall, Gauhati University Following the path of boldness and fighter as inspired by respected Pushpalata Das,a freedom fighter

সকলোলৈকে পৱিত্ৰ বৰদিনৰ শুভেচ্ছা যাঁচিলো ।May this festive season bring you love, joy, peace, and happiness. May your hea...
25/12/2024

সকলোলৈকে পৱিত্ৰ বৰদিনৰ শুভেচ্ছা যাঁচিলো ।

May this festive season bring you love, joy, peace, and happiness. May your heart be filled with warmth and your home be filled with laughter.
Wishing you and your loved ones a wonderful Christmas.

Heartiest congratulations to the incredibly talented Dreamly Kashyap on making it to the final round and securing the pr...
22/12/2024

Heartiest congratulations to the incredibly talented Dreamly Kashyap on making it to the final round and securing the prestigious First Runner-Up position in the esteemed Axom Kontho competition, organized by NB News.

We are beyond proud of your accomplishment and wish you continued success in your musical journey! May your voice continue to inspire and enthrall audiences everywhere.😅🥇🎁🎉🎊🏆

# ゚

We're thrilled to announce that our cloth donation drive was a huge success! Thanks to your generosity, we were able to ...
17/12/2024

We're thrilled to announce that our cloth donation drive was a huge success! Thanks to your generosity, we were able to collect a large number of clothing items . We're grateful for your support and enthusiasm, and we look forward to continuing to make a difference in our community together.

Celebrating academic excellence . Congratulations to all UGC NET qualifiers.
18/10/2024

Celebrating academic excellence . Congratulations to all UGC NET qualifiers.

পোহৰ পিয়াসী গতি ৰোধে কোনে....মোৰ পোহৰৰ গানেআকাশে আকাশে, দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী   শেষ হ’ব শেষ নোহোৱা ৰাত্ৰি ...
22/09/2024

পোহৰ পিয়াসী গতি ৰোধে কোনে....
মোৰ পোহৰৰ গানে
আকাশে আকাশে, দেশে মহাদেশে
মুগ্ধ কৰিব আলোক যাত্ৰী
শেষ হ’ব শেষ নোহোৱা ৰাত্ৰি
কৰিম জগত জয়
নবীন সূৰ্য্য মই ৷

প্ৰিয় কৃষ্ণচূড়া বাসী 

হাজাৰ সপোন বুকুত বান্ধি আগুৱাই যোৱা , গুৱাহাটী বিশ্ববিদ্যালয়ক নতুন দিশেৰে চোৱাৰ মানসেৰে এই বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আগন্তুক সাধাৰন নিৰ্বাচনত পুষ্পলতা দাস তিনি নং তিনিমহলীয়া ছাত্ৰী নিৱাসৰ পৰা নিমিষা দেৱীয়ে
সংগীত সম্পাদিকাৰ পদত আৰু অনিন্দিতা শিৱমে ছাত্ৰী জিৰণী কোঠা পদটিত প্ৰাৰ্থীত্ব আগবঢ়াইছে । বিশ্বাস আছে এই সময়ত আপোনালোকে নিমিষা আৰু অনিন্দিতাক সহায় আৰু দিহা পৰামৰ্শ দি আগুৱাই নিব।সমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মৰম আৰু শুভাশীষ পাম বুলি আামি আশাবাদী।

আপোনালোকেই আমাৰ সাহস...
আশীষ

তাৰেই আশাৰে ,

পুষ্পলতা দাস তিনি নং তিনি মহলীয়া নিৱাসৰ সমূহ আৱাসী

21/09/2024

"এন্ধাৰৰ মাজতো এয়া উদ্ভাসিত পোহৰৰ হাত, সমস্যাৰ মাজতো এয়া সমাধানৰ উৎসৱ, হেজাৰ আৰ্তনাদৰ মাজতো এয়া জীৱনৰ চিৎকাৰ"

হতাশ নহৈ, ভাগৰি নপৰি ,মৰমবোৰ আৰুআশীৰ্বাদবোৰ শিৰত লৈ এই বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰন নিৰ্বাচনত আমাৰ নিৱাসৰ পৰা অনিন্দিতা শিৱমে ছাত্ৰী জিৰনি কোঠাৰ সম্পাদক পদটিত প্ৰতিদন্দ্বিতা আগবঢ়াইছে । বিশ্বাস আছে এই সময়ত আপোনালোকে আমাক সহায়, দিহা পৰামৰ্শ দি আগুৱাই নিব।সমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মৰম আৰু শুভাশীষ পাম বুলি আশাবাদী 🙏
আপোনালোকেই আমাৰ সাহস...
আশীষ

তাৰেই আশাৰে ,
অনিন্দিতা শিৱম 

লগতে পুস্পলতা দাস তিনি নং তিনি মহলীয়া নিৱাসৰ সমূহ আৱাসী

21/09/2024

"এয়াতো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰোৱা গান ই যেন জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান"

ন-পৰিৱৰ্তনৰ মহাসংকল্পৰে গুৱাহাটী বিশ্ববদ্যালয়ৰ পোহৰৰ কথা কোৱা এজাক মানুহৰ সমন্বিতে আমি ধাৱমান হ'ব খোজোঁ সূর্যোদয়ৰফালে...

হে' ৰ'দবিলাসী আপোন মানুহ, আপোনাৰ সহায় সহযোগ দিহা পৰামৰ্শ একান্তই কামনা কৰিলোঁ। এই যাত্ৰাৰ অংশীদাৰস্বৰূপে আপোনাৰ এষাৰি মাতে আমাক প্ৰাণোজ্বল কৰিব।

হেঁপাহেৰে,
নিমিষা দেৱী *FOR MUSIC* অনিন্দিতা শিৱম *FOR GCR*
লগতে সমূহ পুষ্পলতা দাস তিনি নং তিনিমহলীয়া ছাত্ৰী নিৱাস।

20/09/2024

মোৰ পোহৰৰ গানে
আকাশে আকাশে, দেশে মহাদেশে
মুগ্ধ কৰিব আলোক যাত্ৰী
শেষ হ’ব শেষ নোহোৱা ৰাত্ৰি
কৰিম জগত জয়
নবীন সূৰ্য্য মই ৷

প্ৰিয় কৃষ্ণচূড়া বাসী 

হাজাৰ সপোন বুকুত বান্ধি আগুৱাই যোৱা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীতৰ ক্ষেত্ৰখনক নতুন দিশেৰে চোৱাৰ মানসেৰে এই বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আগন্তুক সাধাৰন নিৰ্বাচনত পুষ্পলতা দাস তিনি নং তিনিমহলীয়া ছাত্ৰী নিৱাসৰ পৰা নিমিষা দেৱীয়ে
সংগীত সম্পাদিকাৰ পদত প্ৰাৰ্থীত্ব আগবঢ়াইছে । বিশ্বাস আছে এই সময়ত আপোনালোকে নিমিষাক সহায় আৰু দিহা পৰামৰ্শ দি আগুৱাই নিব।সমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মৰম আৰু শুভাশীষ পাম বুলি আামি আশাবাদী।

আপোনালোকেই আমাৰ সাহস...
আশীষ

তাৰেই আশাৰে ,

পুষ্পলতা দাস তিনি নং তিনি মহলীয়া নিৱাসৰ সমূহ আৱাসী।

উজাগৰ ৰাতিসপোন দেখিছোঁ মইফুল-আলসুৱা তোমাৰ মুখৰশইচ-সোণালী হাঁহি |অযুত তৰাৰ ঘুমটি ভাঙিযেন সূৰ্য আহিছে নামি...আজি মনোনয়ন প...
18/09/2024

উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইচ-সোণালী হাঁহি |
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি...

আজি মনোনয়ন পত্ৰ দাখিলৰ শুভ ক্ষণত আমাৰ সৈতে একত্ৰিত হৈ আমাক সাহস ,প্ৰেৰণা আৰু উৎসাহ দি কৃতজ্ঞ কৰা প্ৰতিজন কৃষ্ণচূড়া নগৰীৰ আৱাসীলৈ যাঁচিছো হিয়াভৰা আন্তৰিক ধন্যবাদ আৰু লগতে অনাগত দিনতো আপোনালোকৰ এই মৰম আৰু সহাঁৰি যেন সদায় এনেদৰে অটুত থাকে তাৰেই কামনা কৰিলো ।

Address

Gauhati University , Jalukbari
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Puspalata Das RCC3 Girls' Hall, Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category