মামণি ৰয়ছম গোস্বামী ৫নং তিনিমহলীয়া ছাত্ৰী নিবাস, RCC 5 Girls' Hall

  • Home
  • India
  • Gauhati
  • মামণি ৰয়ছম গোস্বামী ৫নং তিনিমহলীয়া ছাত্ৰী নিবাস, RCC 5 Girls' Hall

মামণি ৰয়ছম গোস্বামী ৫নং তিনিমহলীয়া ছাত্ৰী নিবাস, RCC 5 Girls' Hall Mamoni Roisom Goswami Rcc 5 girls' hall is a girls' hostel of prestigious Gauhati University.

26/09/2024
20/09/2024

শিক্ষাৰ্থী সমাজৰ স্বাৰ্থত যুক্তিৰে দিবলৈ মাত
আগুৱাই যাওঁ আহা বন্ধু খামুচি সবল দুহাত

নমস্কাৰ।  ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত (২০২৪-২৫) মামণি ৰয়ছম গোস্বামী...
20/09/2024

নমস্কাৰ।

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত (২০২৪-২৫) মামণি ৰয়ছম গোস্বামী ৫নং তিনিমহলীয়া ছাত্ৰীনিবাসৰ এগৰাকী আৱাসী পাহাৰী গগৈয়ে "তৰ্ক আৰু আলোচনা চক্র" পদত প্ৰাৰ্থীত্ব আগবঢ়াইছে ।বিশ্ববিদ্যালয়ৰ তৰ্ক,কুইজ আৰু বৌদ্ধিক ক্ষেত্রখনক আগুৱাই নিয়াৰ মন তাইৰ।
সেয়ে,তাইৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা আৰু আশীর্বাদ একান্তই কামনা কৰিলোঁ।

জয়তু গুৱাহাটী বিশ্ববিদ্যালয়।
জয়তু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা ।

ধন্যবাদেৰে,

মামণি ৰয়ছম গোস্বামী ৫নং তিনিমহলীয়া ছাত্ৰী নিবাস ।

24/09/2023

মামণি ৰয়ছম গোস্বামী ৫নং তিনিমহলীয়া ছাত্ৰী নিবাস, RCC 5 Girls' Hall  ৰ  ডালিমী ৰয়ে এইবাৰ আন্ত আবাস নিবাস ৰ শ্ৰেষ্ঠ নৱা...
30/08/2023

মামণি ৰয়ছম গোস্বামী ৫নং তিনিমহলীয়া ছাত্ৰী নিবাস, RCC 5 Girls' Hall ৰ ডালিমী ৰয়ে এইবাৰ আন্ত আবাস নিবাস ৰ শ্ৰেষ্ঠ নৱাগতাৰ খিতাপ লাভ কৰে। এনেদৰেই জিলিকি থাকক RCC 5 Girl's Hall, Gauhati University.. শেষত ডালিমীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে।।❤️✨

Heartiest congratulations  ! We are proud of you  .
20/08/2023

Heartiest congratulations ! We are proud of you .

16/08/2023

স্বাধীনতা দিৱসৰ শুভক্ষণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসত অনুষ্ঠিত হোৱা দলীয় নৃত্য প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰা মামণি ৰয়ছম গোস্বামী ৫নং তিনিমহলীয়া ছাত্ৰী সকলৰ নৃত্যৰ দৃশ্যাংশ । আটাইকেইগৰাকী লৈ অভিনন্দন 💕

Honouring the sacrifices of the bravehearts who embraced death so that we could live with freedom. Independence Day cele...
16/08/2023

Honouring the sacrifices of the bravehearts who embraced death so that we could live with freedom.

Independence Day celebration at Rcc5 Girls Hall. 🧡 🤍 💚

Happy Independence Day 🧡🤍💚.
14/08/2023

Happy Independence Day 🧡🤍💚.

Address

Gauhati University, Jalukbari, Gopinath Bordoloi Path, Guwahati 14
Gauhati
781014

Website

Alerts

Be the first to know and let us send you an email when মামণি ৰয়ছম গোস্বামী ৫নং তিনিমহলীয়া ছাত্ৰী নিবাস, RCC 5 Girls' Hall posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category