Dr Banikanta Kakati RCC 3 Boys' Hall, Gauhati University

Dr Banikanta Kakati RCC 3 Boys' Hall, Gauhati University Dr.Banikanta Kakati RCC 3 Boys' Hall is one of the oldest boys hostels of Gauhati University.

মৰমৰ গল্ডী দা লৈ .......অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি.......গানবোৰ, কবিতাবোৰ সদায় চিৰসেউজ হৈ থাকিব আমাৰ মাজত......
20/09/2025

মৰমৰ গল্ডী দা লৈ .......

অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি.......

গানবোৰ, কবিতাবোৰ সদায় চিৰসেউজ হৈ থাকিব আমাৰ মাজত......

19/09/2025

অসমৰ হিয়াৰ আমঠু আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ দেৱৰ মৃত্যুত আমি অতিকৈ মৰ্মাহত হৈছোঁ ,এই মৃত্যু সঁচাকৈ অসহনীয় ।
তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে আমাৰ আবাসৰ পৰিয়ালৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদিছোঁ ।
আমাৰ আবাসৰ পৰিয়ালৰ প্ৰতিজন সদস্য আজি ভাষাহীন । তেখেতৰ অবিহনে আমি অসমখন কল্পনা কৰিব নোৱাৰো , তেখেত য'তেই আছে শান্তিত থাকক ।
লগতে বৰ্তমান সময়ত বিশ্ববিদ্যালয়ত চলি থকা নিৰ্বাচনী প্ৰচাৰ আমি আমাৰ আবাসৰ তৰফৰ পৰা স্থগিত ৰাখিছোঁ ।

Congratulations to Our newly elected Prefect Prakash Das & Assistant Prefects Ranjan Das Madan Narzari for the upcoming ...
20/08/2025

Congratulations to Our newly elected Prefect Prakash Das & Assistant Prefects
Ranjan Das Madan Narzari for the upcoming session.

RCC 3 UP UP

You Will be Missed MINI Our beloved Hostel Friend. ❤️ Rest in peace 🕊️🙏
23/05/2025

You Will be Missed MINI Our beloved Hostel Friend. ❤️
Rest in peace 🕊️🙏

অভিনন্দন*যোৱাকালি গৌহাটী বিশ্ববিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈ যোৱা অসম ছাত্ৰ পৰিষদ, গৌহাটী বিশ্ববিদ্যালয় গোটৰ সাধাৰণ সভা...
25/03/2025

অভিনন্দন*

যোৱাকালি গৌহাটী বিশ্ববিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈ যোৱা অসম ছাত্ৰ পৰিষদ, গৌহাটী বিশ্ববিদ্যালয় গোটৰ সাধাৰণ সভা তথা গোট গঠন অনুষ্ঠানত আমাৰ আবাসৰ আবাসী শ্ৰী কীৰ্তি কমল ডেকাক সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচিত কৰা হয়, আমাৰ আবাসৰ পৰা শ্ৰী কীৰ্তি কমল ডেকালৈ অলেখ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।।

যোৱা ২৯ জানুৱাৰী তাৰিখে আমাৰ আৱাসৰ জ্যেষ্ঠ আৱাসী দ্ৰিতীভ বৰ্মন অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হিচাপে নিৰ্বাচ...
30/01/2025

যোৱা ২৯ জানুৱাৰী তাৰিখে আমাৰ আৱাসৰ জ্যেষ্ঠ আৱাসী দ্ৰিতীভ বৰ্মন অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হিচাপে নিৰ্বাচিত হয়। আমি ডঃ বাণীকান্ত কাকতি ৩ নং দুমহলীয়া ছাত্ৰাৱাসৰ সমূহ আৱাসীৰ তৰফৰ পৰা তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ভৱিষ্যত দিনৰ শুভকামনা জনাইছো।

শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত সুন্দৰৰ পুজাৰী‌ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো ।।
17/01/2025

শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত সুন্দৰৰ পুজাৰী‌ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো ।।

আমাৰ আবাসৰ প্ৰাক্তন আবাসী দেৱাশীষ দাসৰ অকাল মৃত্যুত আমি অতিকৈ মৰ্মাহত হৈছোঁ তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ...
21/10/2024

আমাৰ আবাসৰ প্ৰাক্তন আবাসী দেৱাশীষ দাসৰ অকাল মৃত্যুত আমি অতিকৈ মৰ্মাহত হৈছোঁ তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ লগতে তেখেতৰ পৰিয়াল বৰ্গলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছো।।

ওঁম শান্তি।।

25/09/2024
অনুৰোধ আমাৰ, সিদ্ধান্ত আপোনাৰ 🙏
25/09/2024

অনুৰোধ আমাৰ, সিদ্ধান্ত আপোনাৰ 🙏

Address

Gauhati University, Jalukbari
Gauhati
781014

Alerts

Be the first to know and let us send you an email when Dr Banikanta Kakati RCC 3 Boys' Hall, Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category