NIVAZ

NIVAZ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NIVAZ, NH 37, Guwahati.

Eastern Agro Processing And Tea Warehousing Co-Operative Society Limited
We deal with AGMARK GRADE-1 mustard oil and fine quatily blended tea under the brand name NIVAZ.Our products are being tested according to AGMARK norms.

Notice
06/02/2026

Notice

নিভাজ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে  ভোগালী বিহুৰ আন্তৰিক  শুভেচ্ছা  জ্ঞাপন কৰিলো Happy Bhogali Bihu 😊
13/01/2026

নিভাজ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
Happy Bhogali Bihu 😊

নতুন বছৰ ২০২৬ত সমূহ অসমবাসী ৰাইজলৈ নিভাজ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভ কামনা জনালোঁ।
01/01/2026

নতুন বছৰ ২০২৬ত সমূহ অসমবাসী ৰাইজলৈ নিভাজ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভ কামনা জনালোঁ।

ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ তত্ত্বাৱধানত আৰু অসম চৰকাৰৰ সমবায় বিভাগৰ উদ্যোগত আয়োজিত চতুৰ্থ সমবায় মেলা, ২০২৫ গুৱাহাটীৰ...
18/12/2025

ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ তত্ত্বাৱধানত আৰু অসম চৰকাৰৰ সমবায় বিভাগৰ উদ্যোগত আয়োজিত চতুৰ্থ সমবায় মেলা, ২০২৫ গুৱাহাটীৰ চানমাৰিস্থিত এইআই খেলপথাৰত ১৩-১৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা তিনিদিনীয়া কাৰ্য্যসূচীত আমাৰ সমবায়ে অংশগ্ৰহণ কৰে।কেন্দ্ৰীয় সমবায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰে আনুষ্ঠানিকভাৱে এই মেলা উদ্বোধন কৰে আৰু অসম চৰকাৰৰ সমবায় মন্ত্ৰী শ্ৰী যোগেন মহন ইয়াত উপস্থিতি থাকে।

Happy Birthday Papon
24/11/2025

Happy Birthday Papon

Exhibition at Shillong - Conducted by Ministry of Agriculture19/11/25
20/11/2025

Exhibition at Shillong - Conducted by Ministry of Agriculture
19/11/25

৭২ তম, নিখিল ভাৰত সমবায় সপ্তাহৰ লগত সংগতি ৰাখি আজি ꞌইষ্টাৰ্ণ এগ্ৰো প্ৰচেছিং এণ্ড টি ওৱেৰহাউছিং কো-অপাৰেটিভ চোছাইটি লিমিট...
18/11/2025

৭২ তম, নিখিল ভাৰত সমবায় সপ্তাহৰ লগত সংগতি ৰাখি আজি ꞌইষ্টাৰ্ণ এগ্ৰো প্ৰচেছিং এণ্ড টি ওৱেৰহাউছিং কো-অপাৰেটিভ চোছাইটি লিমিটেডে ꞌঅনুষ্ঠিত কৰা ꞌআত্মনিৰ্ভৰ ভাৰতৰ বাবে সমবায় ꞌশীৰ্ষক অনুষ্ঠান।

Happy Birthday King Zubeen Garg 👑
18/11/2025

Happy Birthday King Zubeen Garg 👑

Happy Independence Day 🇮🇳
15/08/2025

Happy Independence Day 🇮🇳

নিভাজ পৰিয়ালৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ ৷ ❤️🙏🏼
15/04/2025

নিভাজ পৰিয়ালৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ ৷ ❤️🙏🏼

14/01/2025

নিভাজ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
Happy Bhogali Bihu Everyone

ইষ্টাৰ্ণ এগ্ৰো প্ৰচেছিং এণ্ড টি ওৱেৰহাউচিং কো-অপাৰেটিভ চোছাইটি লিমিটেডৰ সন্মানীয় অংশীদাৰসকল,নিভাজ বিতৰণকাৰী সকল,গ্ৰাহকসক...
01/01/2025

ইষ্টাৰ্ণ এগ্ৰো প্ৰচেছিং এণ্ড টি ওৱেৰহাউচিং কো-অপাৰেটিভ চোছাইটি লিমিটেডৰ সন্মানীয় অংশীদাৰসকল,নিভাজ বিতৰণকাৰী সকল,গ্ৰাহকসকল, পণ্যাগাৰত চাহ মজুত ৰখা চাহ খেতিয়কসকল, ব্ৰকাৰ সকল আৰু আমাৰ শুভাকাংক্ষীসকলৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালো।

Address

NH 37
Guwahati
781029

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Alerts

Be the first to know and let us send you an email when NIVAZ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NIVAZ:

Share