Bahona College Boys' Hostel -BCBH

Bahona College Boys' Hostel -BCBH Bahona College Boys' Hostel estd.-2020

30/06/2025
Wall Magazine 24
08/09/2024

Wall Magazine 24

Holi 2024
26/03/2024

Holi 2024

26/01/2024

মহাবিদ্যালয়ত উদযাপিত হোৱা ৭৫ সংখ্যক গণৰাজ্য দিৱসত ছাত্ৰবাসৰ ছাত্ৰ সকলৰ সমবেত সংগীত পৰিবেশন‌ 🇮🇳

পৰম্পৰা ৰক্ষা কৰি ছাত্ৰ নিবাসত কাতি বিহু উদযাপন
19/10/2023

পৰম্পৰা ৰক্ষা কৰি ছাত্ৰ নিবাসত কাতি বিহু উদযাপন

BAHONA COLLEGE BOYS HOSTEL Farewell 2023  ❤️Bahona College Boys' Hostel -BCBH Bahona College বাহনা মহাবিদ্যালয়
15/06/2023

BAHONA COLLEGE BOYS HOSTEL Farewell 2023
❤️

Bahona College Boys' Hostel -BCBH
Bahona College বাহনা মহাবিদ্যালয়

উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ ঠিক পাছৰ পৰাই আৰম্ভ হব নামভৰ্তি প্ৰক্ৰিয়া।আহক, বাহনীয়ান পৰ...
18/05/2023

উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ ঠিক পাছৰ পৰাই আৰম্ভ হব নামভৰ্তি প্ৰক্ৰিয়া।

আহক, বাহনীয়ান পৰিয়ালৰ এজন হওঁ ❤️

যিকোনো তথ্যৰ বাবে আমাক যোগাযোগ কৰিব পাৰিব
Bahona College বাহনা মহাবিদ্যালয়
Bahona College Boys' Hostel -BCBH

আজি ৭/০৪/২০২৩ তাৰিখে যোৰহাট জিলা পৰিষদৰ অনুদানেৰে বাহনা মহাবিদ্যালয় ছাত্ৰাবাসত নিৰ্মাণ হ'বলগীয়া  বিশুদ্ধ পানী যোগান আঁ...
07/04/2023

আজি ৭/০৪/২০২৩ তাৰিখে যোৰহাট জিলা পৰিষদৰ অনুদানেৰে বাহনা মহাবিদ্যালয় ছাত্ৰাবাসত নিৰ্মাণ হ'বলগীয়া বিশুদ্ধ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই। লগতে যোৰহাট জিলা পৰিষদৰ অনুদানেৰে ছাত্ৰবাসত স্থাপন কৰা চাৰিটা সৌৰচালিত Street light ৰো শুভাৰম্ভ কৰা হয়। আজিৰ এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মহোদয়া, মহাবিদ্যালয়ৰ শিক্ষক- কৰ্ম্মচাৰী , যোৰহাট জিলা পৰিষদৰ বিষয়ববিয়া, আৰু স্থানীয় ৰাইজ আদি উপস্থিত থাকে।

Bahona College বাহনা মহাবিদ্যালয়

কাতি বিহু উৎযাপন
18/10/2022

কাতি বিহু উৎযাপন

NAAC Peer Team VISITBahona College Boys' Hostel -BCBH Date - 12-10-2022Grade-A+CGPA-3.36
18/10/2022

NAAC Peer Team VISIT
Bahona College Boys' Hostel -BCBH
Date - 12-10-2022
Grade-A+
CGPA-3.36

  batch # fairwell # bestwishes to all
01/08/2022

batch # fairwell # bestwishes to all

Congratulations  Amlan Jyoti Das  🎖️🎖️ gold medal   song      #2022
13/04/2022

Congratulations Amlan Jyoti Das 🎖️🎖️ gold medal song #2022

Address

Bahona College , Bahona
Jorhat

Alerts

Be the first to know and let us send you an email when Bahona College Boys' Hostel -BCBH posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bahona College Boys' Hostel -BCBH:

Share

Category