04/05/2020
লকডাউনৰ দীঘলীয়া বিৰতিৰ পিছত অহা কাইলৈৰ পৰা পুনৰ ৫০ শতাংশ যাত্ৰীৰে যোৰহাট গুৱাহাটি ৰ লগতে অন্যান্য পথৰ বাছৰ সেৱা সমূহ মুকলি কৰা হব। যদি আপোনাক টিকটৰ প্ৰয়োজন তেন্তে আগতিয়াকৈ যোগাযোগ কৰক।
Services Baikuntha Travels Assam State Transport Corporation - ASTC Trishul transport service