Amdadullah Ahmed Fan Club

Amdadullah Ahmed Fan Club Supporting Amdadulla Ahmed for Dhing 2026
Voice of the People | Vision for Progress | Fan Club Official Page

30/11/2025
নগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত নগাঁও ৰাজীৱ ভৱনত আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা প্ৰয়াত তৰুণ গগৈ দেৱৰ পঞ্চম মৃত...
23/11/2025

নগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত নগাঁও ৰাজীৱ ভৱনত আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা প্ৰয়াত তৰুণ গগৈ দেৱৰ পঞ্চম মৃত্যু বাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

Gaurav Gogoi
Pradyut Bordoloi
Indian National Congress - Assam
APCC,Minority Department
Runumoni Borah

23/11/2025

আজি পদ্মভূষণ প্ৰয়াত তৰুণ গগৈ দেৱৰ পঞ্চম বাৰ্ষিক মৃত্যুতিথি।

তেখেত আছিল অসমৰ তিনিবাৰৰ সফল মুখ্যমন্ত্ৰী, সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী। সন্ত্ৰাস আৰু অশান্তিৰে জৰ্জৰিত অসমত শান্তিৰ কঠিয়া সিঁচি, কল্যাণকামী গণতান্ত্ৰিক চিন্তাৰে বিশ্বাস আৰু আস্থাৰে এখন বিকশিত অসম গঢ়ি তুলিছিল তেওঁ।

শিক্ষা, স্বাস্থ্য, লোকনিৰ্মাণ, কৃষি, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চনকে আদি কৰি প্ৰায় প্ৰতিটো বিভাগক নতুন ৰূপ দান কৰাৰ লগতে নতুন নতুন উদ্যোগৰ সৃষ্টি কৰি লাখ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰি তুলিছিল তেখেতে।

বাকপটুতা, স্পষ্টবাদিতা, বুদ্ধিদীপ্ততা, কর্মদক্ষতা আৰু বিৰল নিকা ভাৱমূৰ্তিৰে সমৃদ্ধ এইগৰাকী মহান জননায়কক আজি পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ।

দেউতা, আপুনি যতেই থাকক না কিয়, তাৰ পৰাই আমাক মূল্যবোধ আৰু সততাৰ পথত দেশৰ কাৰণে, সমাজৰ কাৰণে কাম কৰি যাবলৈ আশীৰ্বাদ কৰিব।

শ্ৰদ্ধাঞ্জলি 🙏

আহক আমি সকলোৱে মিলি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমখন উন্নতিৰ দিশে আগুৱাই লৈ যাওঁ।Gaurav GogoiIndian National Congress -...
23/11/2025

আহক আমি সকলোৱে মিলি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমখন উন্নতিৰ দিশে আগুৱাই লৈ যাওঁ।

Gaurav Gogoi
Indian National Congress - Assam
APCC,Minority Department

Address

Dhing Gate
Nagaon
782002

Telephone

+918474074022

Website

Alerts

Be the first to know and let us send you an email when Amdadullah Ahmed Fan Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Amdadullah Ahmed Fan Club:

Share