Simang Rural Agro Tourism Resort

Simang Rural Agro Tourism Resort Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Simang Rural Agro Tourism Resort, Hotel resort, Nagaon.

29/03/2023
22/11/2022

চিমাঙৰ পুখুৰীত থলুৱা মাছৰ খলকনিৰ দৃশ্য,
Beauty of SIMANG

জুইৰ উত্তাপ লৈ থলুৱা খাদ্যৰ জুতি
20/11/2022

জুইৰ উত্তাপ লৈ থলুৱা খাদ্যৰ জুতি

চিমাঙৰ ৰঙবোৰ
20/11/2022

চিমাঙৰ ৰঙবোৰ

সমষ্টি উন্নয়নৰ প্ৰকল্পৰ পৰ্যবেক্ষণৰ মাজতে আমাৰ সপোনৰ "চিমাং" ৰিজ'ৰ্টত দুপৰীয়াৰ অতিথি হিচাপে উপস্থিত হ'লহি নগাঁও লোকসভা স...
09/11/2022

সমষ্টি উন্নয়নৰ প্ৰকল্পৰ পৰ্যবেক্ষণৰ মাজতে আমাৰ সপোনৰ "চিমাং" ৰিজ'ৰ্টত দুপৰীয়াৰ অতিথি হিচাপে উপস্থিত হ'লহি নগাঁও লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ, সুকুমাৰ অনুভূতিৰে সুবেদী শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈদেৱ আৰু বঢ়মপুৰ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক, কৰ্মোদ্যমী জনপ্ৰতিনিধি শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া। তেখেতসকলক আমি সেৱা কৰাৰ সুযোগ লাভ কৰি আনন্দিত। আমাৰ চিন্তা আৰু আঁচনিৰ প্ৰতি তেখেতসকলে প্ৰদৰ্শন কৰা এই আন্তৰিকতাক কৃতজ্ঞতাৰে সাঁচি ৰাখিলোঁ। ধন্যবাদ।

মাছ ধৰাৰ আনন্দ উপভোগ
03/08/2022

মাছ ধৰাৰ আনন্দ উপভোগ

03/08/2022

চিমাংত জৈৱিক ভাবে উৎপাদিত সৰু আৰু ডাঙৰ মাছ নিজ হাতেৰে ধৰি আনন্দ উপভোগ কৰিবলৈ আৰু তৃপ্তিৰে এসাঁজ খাবলৈ আগতিয়াকৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ🙏
8011454599👈

08/06/2022

বিশ্ব পৰিবেশ দিৱশৰ দিনা আমাৰ আদৰৰ বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতম ৰ হাতেৰে এজোপা বিশেষ প্ৰজাতিৰ বিক্ষ চিমাঙৰ বোকোত ৰূপন কৰিবলৈ পায় আমি অপাৰ আনন্দ লভিলো,

চিমাঙৰ নিৰিবিলি পৰিবেশৰ মাজত আমাৰ মৰমৰ শিল্পী ননী বৰপূজাৰী দেৱে ঘৰুৱা খাদ্যৰ জুতি ল'বলৈ অহাৰ বাবে আমি নথৈ আনন্দিত, ভগৱান...
08/06/2022

চিমাঙৰ নিৰিবিলি পৰিবেশৰ মাজত আমাৰ মৰমৰ শিল্পী ননী বৰপূজাৰী দেৱে ঘৰুৱা খাদ্যৰ জুতি ল'বলৈ অহাৰ বাবে আমি নথৈ আনন্দিত, ভগৱানে তেখেতক কুশলে ৰখাৰ কামনা কৰিলো ,

থলুৱা মাছৰ জুতি ল'বলৈ চিমাঙলৈ আহিব,চিমাঙ ত মাছ ধৰি অপাৰ আনন্দ লভিব পাৰিব
01/06/2022

থলুৱা মাছৰ জুতি ল'বলৈ চিমাঙলৈ আহিব,
চিমাঙ ত মাছ ধৰি অপাৰ আনন্দ লভিব পাৰিব

চিমাঙত ৰোপন কৰা আকৰ্ষণীয় নাগলিঙগ গছৰ দৃশ্য,এই ফুলৰ সুন্দৰ সুগন্ধী দুই তিনি কিলোমিটাৰ দূৰলৈ বিয়পি পৰে, লোক বিশ্বাস মতে ...
18/05/2022

চিমাঙত ৰোপন কৰা আকৰ্ষণীয় নাগলিঙগ গছৰ দৃশ্য,এই ফুলৰ সুন্দৰ সুগন্ধী দুই তিনি কিলোমিটাৰ দূৰলৈ বিয়পি পৰে, লোক বিশ্বাস মতে ভগৱান শিৱক সন্তোস্ত কৰিবলৈ এই ফুল তেওঁৰ চৰনত অৰ্পন কৰা হয় ।
এই দুৰ্লভ গছজোপাৰ পুলিৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰে ।

চিমাঙত মাছ ধৰাৰ আনন্দ
18/05/2022

চিমাঙত মাছ ধৰাৰ আনন্দ

Address

Nagaon
782003

Telephone

+918011454599

Website

Alerts

Be the first to know and let us send you an email when Simang Rural Agro Tourism Resort posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category