Hotel Asha,হোটেল আশা

Hotel Asha,হোটেল আশা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hotel Asha,হোটেল আশা, Hotel, Naharkatia.

13/04/2022
01/01/2022

হোটেল আশাৰ তৰফৰ পৰা সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আশা কৰোঁ সকলোৰে জীৱন ৰঙীন আৰু সফলতাৰে ভৰি পৰক ।

গাহৰি খৰিকা দিয়া
01/12/2021

গাহৰি খৰিকা দিয়া

আজি আমাৰ  #হোটেল_আশালৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ বন্ধু Montu Moonii Saikia আহি তিল দিয়া গাহৰি, বইল গাহৰি আৰু লাই গাহৰ...
01/12/2021

আজি আমাৰ #হোটেল_আশালৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ বন্ধু Montu Moonii Saikia আহি তিল দিয়া গাহৰি, বইল গাহৰি আৰু লাই গাহৰিৰ লগতে কেইবাটাও ব্যঞ্জনৰ জুতি লয় । জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী আমাৰ হোটেললৈ আহি আমাক উৎসাহ দিয়াৰ কাৰণে আমাৰ হোটেল আশাৰ তৰফৰ পৰা তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

আজি আমাৰ হোটেল আশা' লৈ আহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক  #শংকৰজ্যোতি_বৰুৱা ডাঙৰী...
18/11/2021

আজি আমাৰ হোটেল আশা' লৈ আহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক #শংকৰজ্যোতি_বৰুৱা ডাঙৰীয়াৰ লগতে দুলিয়াজানৰ স্থানীয় সংবাদাতা প্ৰণৱজিৎ বৰা আৰু শৈলেন গগৈয়ে । হোটেল আশাৰ তৰফৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ 🙏🏻

থলুৱা খাদ্য
17/11/2021

থলুৱা খাদ্য

সকলোকে নিমন্ত্ৰণ জনালোঁ ।
08/11/2021

সকলোকে নিমন্ত্ৰণ জনালোঁ ।

Address

Naharkatia
786610

Website

Alerts

Be the first to know and let us send you an email when Hotel Asha,হোটেল আশা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category