NIMANTRAN

NIMANTRAN Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NIMANTRAN, Opposite Police Station, Hajo Road, Nalbari.

We are very happy to announce that with your blessings and wishes we 'The group of Nimantran' has opened our third branc...
12/11/2022

We are very happy to announce that with your blessings and wishes we 'The group of Nimantran' has opened our third branch in our beloved town PATHSALA. "NIMANTRAN Bhojonalay & Restaurant" Our team is forever greateful for ur love & support and will always try best to serve quality food and keep our name shinier and brighter. Please drop by to experience our food in your town Pathsala and give us your valuable feedback. Thankyou for all you love, Thankyou 🌼🌼

📍 NH 31, Near Hyundai Showroom, Pathsala, Bajali.

01/01/2022

এই বছৰৰ প্ৰত্যেক ক্ষণ বিশেষ হওক, আনন্দ ফুৰ্তিৰে ভৰা হওক, প্রত্যেক দিন সুখ শান্তিৰে ভৰা হওক, তাৰে কামনাৰে আজি এই শুভ ক্ষণত অন্তৰৰ পৰা ইংৰাজী নৱ বৰ্ষৰ হিয়াভৰা শুভেচ্ছা ও শুভ কামনা জনাইছোঁ।

30/10/2021
"ওম বিশ্বৰূপস্য ভাৰ্যাসি পদ্মে পদ্মালয়ে শুভে। সৰ্বতঃ পাহিমাং দেৱী মহালক্ষ্মী নমোহস্তুতে।।"সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ লক্ষ্মী...
20/10/2021

"ওম বিশ্বৰূপস্য ভাৰ্যাসি পদ্মে পদ্মালয়ে শুভে। সৰ্বতঃ পাহিমাং দেৱী মহালক্ষ্মী নমোহস্তুতে।।"

সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মা লক্ষ্মীৰ আশীৰ্বাদত সকলোৰে জীৱন ঐশ্বৰ্য বিভূতিৰে সমৃদ্ধিশালী হৈ সদা মংগলময় হওঁক তাৰেই শুভকামনাৰে🙏

সমুহ অসমবাসীলৈ মোৰ ফালৰ পৰা কাতিবিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷
18/10/2021

সমুহ অসমবাসীলৈ মোৰ ফালৰ পৰা কাতিবিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷

সমূহ অসমবাসীলৈ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উদ্ভাৱনী শক্তিৰে আমি আগুৱাই যাবলৈ যেন বিশ্ব খন...
17/09/2021

সমূহ অসমবাসীলৈ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উদ্ভাৱনী শক্তিৰে আমি আগুৱাই যাবলৈ যেন বিশ্ব খনিকৰে আমাক আশীষ প্ৰদান কৰে।

"বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভঃ।নিৰ্বিঘ্নং কুৰু মে দেৱঃ সৰ্বকাৰ্যেষু সৰ্বদা।।"সকলোলৈকে গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছ...
10/09/2021

"বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভঃ।
নিৰ্বিঘ্নং কুৰু মে দেৱঃ সৰ্বকাৰ্যেষু সৰ্বদা।।"

সকলোলৈকে গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

জাতীয় জীৱনৰ পুৰোধা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসমৰ সামাজিক পৰিসৰলৈ অৰিহণা সৰ্বজন স্বীকৃত। নৱ বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্ত...
08/09/2021

জাতীয় জীৱনৰ পুৰোধা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসমৰ সামাজিক পৰিসৰলৈ অৰিহণা সৰ্বজন স্বীকৃত। নৱ বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তনৰ দ্বাৰা অসমত আধ্যাত্মিক জন জাগৰণৰ সূচনা কৰা গুৰুজনাই নিজৰ জীৱনাদৰ্শ আৰু সৃষ্টিশীলতাৰে জাতিটোক বান্ধি ৰাখিছিল একতাৰ ডোলেৰে। অংকীয়া নাট, ভাওনা, বৰগীত আদি অভিনৱ সৃষ্টিসমূহেৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ শুৱনি কৰা অভ্ৰভেদী ব্যক্তিত্বৰে মহীয়ান গুৰুজনাৰ আজি পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে তেৰাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।

27/08/2021

Address

Opposite Police Station, Hajo Road
Nalbari
781335

Telephone

+913624222050

Website

Alerts

Be the first to know and let us send you an email when NIMANTRAN posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NIMANTRAN:

Share