New Boys' Hostel

New Boys' Hostel DARKNESS TO LIGHT Official page of New Boys' Hostel, North Lakhimpur College (Autonomous)

১৪/১২/২০২৫     নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ (বৰ্তমানৰ বিশ্ববিদ্যালয়) নৱ ছাত্ৰাবাসৰ (NBH) স্মৃতি যুগমীয়া। সময়ৰ সোঁতত কলে...
15/12/2025

১৪/১২/২০২৫

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ (বৰ্তমানৰ বিশ্ববিদ্যালয়) নৱ ছাত্ৰাবাসৰ (NBH) স্মৃতি যুগমীয়া। সময়ৰ সোঁতত কলেজীয়া জীৱনৰ অৱসান ঘটিলেও, ছাত্ৰাবাসৰ প্ৰতিটো কোণৰ স্মৃতি আজিও অম্লান। দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত আজি এই পবিত্ৰ চৌহদত পুৰণি আৱাসীসকলৰ পুনৰ মিলন হয়।

বৰ্তমান এওঁলোকৰ প্ৰতিজন সদস্যই নিজৰ কৰ্মক্ষেত্ৰত সুপ্ৰতিষ্ঠিত আৰু সফল। কোনোবা জন যদি কোনো এটা সংবাদ মাধ্যমৰ কাৰ্যবাহী সম্পাদক কোনোবাজন আকৌ আৰক্ষী বিষয়া (OC); কোনোবা জন যদি বিমানবন্দৰৰ নিৰাপত্তা বিষয়া কোনোবাজন আকৌ সহকাৰী আৰু কোনোবাজন মুৰব্বী অধ্যাপক , মৃত্তিকা সঞ্চালক বিষয়া (Soil Conservation Director) আৰু কত যে কি!

পুৰণি দিনৰ অতীত ৰোমন্থন কৰিবৰ বাবে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ পঞ্জীয়ক মহোদয় তথা নৱ ছাত্ৰাবাসৰ প্ৰাক্তন অধীক্ষক ড° বিমান চন্দ্ৰ চেতিয়া মহোদয়কে প্ৰমুখ্য কৰি বৰ্তমানৰ অধীক্ষক ড° বিনোদ চেতিয়া মহোদয়ো উপস্থিত থাকে।

আপোনালোকৰ এই সফলতা নৱ ছাত্ৰাবাসৰ মূল্যবোধ, শিক্ষণ আৰু পাৰস্পৰিক প্ৰেৰণাৰো ফলশ্ৰুতি। আপোনালোকৰ সফলতাৰ এই গাঁথা আজিও হোষ্টেলৰ প্ৰতিজন আৱাসীৰ বাবে এক গৌৰৱ আৰু অনুপ্ৰেৰণাৰ উৎস। আপোনালোকৰ এই মিলন চিৰদিনলৈ এনেদৰেই অটুট থাকক । আমাৰ মৰম আৰু শুভকামনা চিৰকাল আপোনালোকৰ লগত থাকিব।

জয়তু নৱ ছাত্রাবাস (NBH)
জয়তু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়
North Lakhimpur University
New Boys' Hostel

জুবিন গাৰ্গৰ জন্মদিনত বিশেষ কাৰ্যসূচী।
16/11/2025

জুবিন গাৰ্গৰ জন্মদিনত বিশেষ কাৰ্যসূচী।

সতীৰ্থ ৰাতুল বেজবৰুৱাৰ দেউতাকৰ আদ্যশ্ৰাদ্ধত নৱ ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী গোট NBHonline ৰ হৈ প্ৰয়াত প্ৰদীপ বেজবৰুৱাদেৱলৈ...
28/10/2025

সতীৰ্থ ৰাতুল বেজবৰুৱাৰ দেউতাকৰ আদ্যশ্ৰাদ্ধত নৱ ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী গোট NBHonline ৰ হৈ প্ৰয়াত প্ৰদীপ বেজবৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।🙏

অভিনন্দন
28/09/2025

অভিনন্দন

সকলোলৈ আন্তৰিক অভিনন্দন
03/05/2025

সকলোলৈ আন্তৰিক অভিনন্দন

https://chat.whatsapp.com/LwUUjLr0Kib2JVNqkK3WHFনমস্কাৰ, সৰ্বপ্ৰথমে সকলোকে ঐতিহ্যমণ্ডিত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অন্...
30/04/2025

https://chat.whatsapp.com/LwUUjLr0Kib2JVNqkK3WHF
নমস্কাৰ,
সৰ্বপ্ৰথমে সকলোকে ঐতিহ্যমণ্ডিত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অন্যতম ছাত্ৰাবাস‌ নৱ ছাত্ৰবাসৰ তৰফৰ পৰা স্বাগত সম্বাষণ জনাইছোঁ। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ নামভৰ্তি সম্পৰ্কীয় যিকোনো তথ্য এই গ্রুপৰ জৰিয়তে আপোনালোকে জানিব পাৰিব । বিশ্ববিদ্যালয়ৰ নামভৰ্তি সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে সংকোচবোধ নকৰাকৈ আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব। আমি নৱাগতসকলৰ প্ৰয়োজনীয় সহায়ৰ বাবে প্ৰস্তুত।

শুভ কামনাৰে,
নৱ ছাত্ৰাবাস
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় ।

We Came, We Lived, We ConqueredBatch 2024-2025
26/04/2025

We Came, We Lived, We Conquered

Batch 2024-2025

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত নৱছাত্ৰাবাসে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৱাসৰ প্ৰতিজন আৱাসীয়ে বিশ্ববিদ্যাল...
15/08/2024

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত নৱছাত্ৰাবাসে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৱাসৰ প্ৰতিজন আৱাসীয়ে বিশ্ববিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰাৰ উদ্দেশ্যে এক ছাফাই কার্যসূচী ৰূপায়ন কৰে। এই আপাহতে ঐতিহ্যমণ্ডিত নৱছাত্ৰাবাসৰ তৰফৰ পৰা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সকলোলৈকে ৭৮তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Two NBHian in a frame.
10/05/2024

Two NBHian in a frame.

আজি ২৯.০২.২০২৪ তাৰিখে, নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ (প্ৰশাসনিক) তথা নৱ ছাত্ৰাবাসৰ প্ৰাক্তন অধীক্ষক(১৯৯০-৯৪); শ্ৰ...
29/02/2024

আজি ২৯.০২.২০২৪ তাৰিখে, নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ (প্ৰশাসনিক) তথা নৱ ছাত্ৰাবাসৰ প্ৰাক্তন অধীক্ষক(১৯৯০-৯৪); শ্ৰদ্ধাৰ ৰঞ্জন কুমাৰ বৰা ছাৰে আনুষ্ঠানিক ভাৱে অৱসৰ গ্রহণ কৰে।
ছাৰ, আপোনাৰ সু-স্বাস্থ্য আৰু অনাগত সময়বোৰ গতিশীল কৰি তোলক, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
. .
.

আজি ঐতিহ্য মণ্ডিত নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰাবাস, নৱছাত্ৰাবাসে ২০১৯ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে কাশ্মীৰৰ   ত শ্বহীদ হোৱা ৪০...
14/02/2024

আজি ঐতিহ্য মণ্ডিত নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰাবাস, নৱছাত্ৰাবাসে ২০১৯ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে কাশ্মীৰৰ ত শ্বহীদ হোৱা ৪০ জন চি আৰ পি এফ সৈন্য-বাহিনীক আবাসৰ পৰিয়ালে শ্ৰদ্ধাঞ্জলি জনায়।
#जयजवानजयकिसान

  বিদায়ক্ষণ।2017-22 batch.
19/10/2023


বিদায়ক্ষণ।
2017-22 batch.

Address

North Lakhimpur College, Khelmati
North Lakhimpur
787031

Alerts

Be the first to know and let us send you an email when New Boys' Hostel posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category

Our Story

Official Facebook Fan Page of New Boys' Hostel, North Lakhimpur College( Autonomous).