Old Boys' Hostel

Old Boys' Hostel Welcome to the official page of OBH, Sibsagar University

আজি ইং ০৬/০৪/২০২৬ তাৰিখে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গনত ‘প্ৰাক্ ৰঙালী বিহু' শ...
06/04/2026

আজি ইং ০৬/০৪/২০২৬ তাৰিখে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গনত ‘প্ৰাক্ ৰঙালী বিহু' শীৰ্ষক অনুষ্ঠান উদ্‌যাপন কৰা হয়। অনুষ্ঠানটিত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত একমাত্ৰ ছাত্ৰাৱাস ‘পুৰণা ছাত্ৰাৱাস’ৰ আৱাসীসকলে ‘অসমীয়া থলুৱা খাদ্য সম্ভাৰ' নামেৰে এখনি বিপণী মুকলি কৰি বিভিন্ন ধৰণৰ থলুৱা খাদ্য আগবঢ়ায় আৰু বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সদস্যসকলৰ পৰা ইতিবাচক সঁহাৰি পাবলৈ সক্ষম হয়।

যোৱা ১৯/০৩/২০২৬ তাৰিখে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পুৰণা ছাত্ৰাৱাসৰ উদ্যোগত ‘অন্বেষণ’ অনুষ্ঠানৰ লগত সংগতি ৰাখি “মানসিক স্বাস্...
04/04/2026

যোৱা ১৯/০৩/২০২৬ তাৰিখে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পুৰণা ছাত্ৰাৱাসৰ উদ্যোগত ‘অন্বেষণ’ অনুষ্ঠানৰ লগত সংগতি ৰাখি “মানসিক স্বাস্থ্য ব্যৱস্থাপনাৰ বাবে যোগাভ্যাস” শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছিল। সমল ব্যক্তি হিচাপে উক্ত বিষয়ত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ জ্যেষ্ঠ সহযোগী অধ্যাপক ড০ উৎপল শৰ্মা ছাৰে তথ্যসমৃদ্ধ, ব্যৱহাৰিক জীৱনৰ সৈতে জড়িত বিভিন্ন প্ৰসংগ উপস্থাপন কৰি খুব সাৱলীল বক্তব্য প্ৰদান কৰি আমাৰ আৱাসীসকলক কৃতাৰ্থ কৰিলে। ছাৰলৈ সমূহ আৱাসীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।

Address

Sibsagar College Road, Joysagar
Sivasagar
785665

Website

Alerts

Be the first to know and let us send you an email when Old Boys' Hostel posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category