04/12/2020
Blessed!
Delighted to host Prof. Mrinmoy Kr. Sarma Sir of Tezpur University and his family for a day lunch at the banks of Lihiri.
তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক মৃন্ময় কুমাৰ শৰ্মা ছাৰ আৰু তেখেতৰ পৰিয়ালবৰ্গক লিহিৰিৰ বালিচৰত আতিথ্য প্ৰদান কৰিব পাই অতিকৈ গৌৰৱ অনুভৱ কৰিছো ।