Abhiruchi Resort Tihu Chowk

Abhiruchi Resort Tihu Chowk Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Abhiruchi Resort Tihu Chowk, Hotel, tihu Chowk nathkuchi, Tihu.

26/08/2024
দুই উদ্যমী যুৱক  #ধ্ৰুৱজ্যোতি_দাস আৰু  #বিতোপন_দাসৰ এক নতুন ব্যৱসায়িক প্ৰতিষ্ঠান  #অভিৰুছি_ৰিজ'ৰ্ট 😍টিহু চ'ক(নাথকুছি)ত ...
23/08/2024

দুই উদ্যমী যুৱক #ধ্ৰুৱজ্যোতি_দাস আৰু #বিতোপন_দাসৰ এক নতুন ব্যৱসায়িক প্ৰতিষ্ঠান

#অভিৰুছি_ৰিজ'ৰ্ট 😍

টিহু চ'ক(নাথকুছি)ত অৱস্থিত #অভিৰুছি_ৰিজ'ৰ্টখন এক অনন্য ৰূপত বিভিন্নধৰণে আটকধুনীয়া কৰি তুলিছে দুই যুৱকে। বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰ লগতে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে ৰিজ'ৰ্টখনত।
পৰিয়ালৰ সকলোৱে বহি আজৰি সময় কটোৱাৰ লগতে শিশুসকলেও লাভ কৰিব মনোৰঞ্জন।

স্বাস্থ্যসন্মত নিৰোগী খাদ্যসম্ভাৰক ৰুচিপূৰ্ণভাৱে প্ৰস্তুত কৰি গ্ৰাহকৰ মন জয় কৰিবলৈ সাজু হোৱা দুই যুৱকৰ বাবে আপোনালোকৰ আগমনৰ লগতে সু-পৰামৰ্শ, শুভাশীষেই হ'ব আগবাঢ়ি যোৱাৰ প্ৰধান সমল।

অলেখ শুভকামনা দুয়োলৈ🎉🎉🎉
Bitopan Das

Address

Tihu Chowk Nathkuchi
Tihu
781355

Website

Alerts

Be the first to know and let us send you an email when Abhiruchi Resort Tihu Chowk posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category